20 मार्च को नगांव में जिले के कक्षा दशवीं में अध्ययनरत छात्रों का सम्मेलन आनंदराम ढेकियाल फुकन कॉलेज सभागार में आयोजित किया गया। सम्मेलन में कुल 510 छात्र उपस्थित थे। गुवाहाटी विश्वविद्यालय के प्रोफेसर इशंकुर सइकिया और आनंदराम ढेकियाल फुकन महाविद्यालय के अध्यक्ष डॉ. सुरजीत कुमार भगवती ने मुख्य वक्ता के रूप में उद्बोधन प्रदान […]
North Assam
প্ৰান্তীয় শিশু বাটিকা প্ৰান্তীয় টোলীৰ বৈঠক অনুষ্ঠিত
গুৱাহাটী: ৫ ফেব্ৰুৱাৰী ২০২১ : শুক্ৰবাৰে গুৱাহাটীৰ অম্বিকাগিৰী নগৰ স্থিত শংকৰদেৱ শিশু কুঞ্জত শিশু বাটিকাৰ উত্তৰ অসম প্ৰান্তৰ এখনি টোলী বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰান্তৰ আঠোটা বিভাগৰ বিভাগ প্ৰমুখসকলৰ লগতে নাগালেণ্ডৰ পৰা দুগৰাকী উপস্থিত থাকে। এক মাংগলিক পৰিবেশত আৰম্ভ হোৱা বৈঠকত বন্তি প্ৰজ্বলন কৰে বিদ্যা ভাৰতী পূবোৰ্ত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ব্ৰহ্মাজী ৰাৱে৷ বৈঠকখনিৰ আঁত ধৰি […]
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সম্পৰ্কে আলোচনাচক্ৰ অনুষ্ঠিত
ভাৰতৰ শিক্ষা ব্যৱস্থাত সুদীৰ্ঘ ৩৬ বছৰৰ পাছত কেন্দ্ৰীয় চৰকাৰে পৰিৱৰ্তন আৰু সংস্কাৰ সাধন কৰাৰ উদ্দেশ্যে পৰামৰ্শ স্বৰূপে যি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ গৃহীত কৰিছে, তাক লৈ সমগ্ৰ দেশতে উৎকণ্ঠাই বিৰাজ কৰিছে। বিদ্যা ভাৰতী এই নতুন নীতিক লৈ যথেষ্ট আশাবাদী। কাৰণ এই নীতি হৈছে ভাৰতকেন্দ্ৰিক শিক্ষাৰ আধাৰ স্বৰূপ, বৃত্তিমূখী শিক্ষাৰ বাটকটীয়া আৰু সময়সাপেক্ষ কেতবোৰ যুগান্তকাৰী […]
নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ উদ্বোধন
শংকৰদেৱ শিশু নিকেতন গণকপুখুৰীৰ চৰকাৰৰ অনুদানেৰে নিৰ্মিত ভৱনটি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই শুভ উদ্বোধন কৰে। নিকেতনখনৰ জৰিয়তে গণকপুখুৰী অঞ্চলত শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰত আত্মনিয়োগ কৰি থকা প্ৰধান আচাৰ্য সমন্বিত অন্যান্য আচাৰ্য-আচাৰ্যা সকলৰ শলাগ লয়। বিধায়ক শ্ৰী শইকীয়া নিকেতনখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰো বুজ লয় আৰু নিকেতনৰ চৌহদত খেলাৰ সুবিধাৰ্থে মাটি পেলোৱাকে আদি […]
বকো সংকুলৰ অন্তৰ্গত ১৪ খন নিকেতনৰ প্ৰধান আচাৰ্য আৰু বিষয় প্ৰমুখ সকলৰ বৈঠক
প্ৰান্তীয় নিৰীক্ষক দেৱদাস সিংহই নতুন শিক্ষা নীতিৰ ওপৰত মাৰ্গ দৰ্শন কৰায়৷শিশু বাটিকাৰ মাৰ্গ দৰ্শন কৰাই প্ৰান্তীয় শিশু বাটিকা সংযোজিকা বৰ্ণালী দেৱীয়ে।সংকুলৰ বিভিন্ন দিশৰ আলোচনা কৰে গুৱাহাটী বিভাগৰ নিৰীক্ষক আশুতোষ বৰ্মনে। শাৰীৰিকৰ যোজনাৰ বিষয়ে প্ৰান্তীয় ঘোষ আৰু শাৰীৰিক প্ৰমুখ দীপেন ৰাভাই।গুৱাহাটী বিভাগৰ শাৰীৰিক প্ৰমুখ তনুজা কলিতায়ো উপস্থিত থাকে।
শংকৰদেৱ শিশু নিকেতন বৰগাংৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
২০০১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে বৰগাং অঞ্চলত স্থাপিত হোৱা শংকৰদেৱ শিশু নিকেতনৰ আজি ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয়। এই অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰতিষ্ঠাপক সভাপতি হিচাপে বৰ্তমানৰ কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই কাৰ্যনিৰ্বাহ কৰাৰ লগতে সম্পাদকৰ আসন অলংকৃত কৰিছিল বৰগাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মধুসূদন উপাধ্যায়ে। এই দিৱসটিত উপস্থিত থাকে প্ৰতিষ্ঠাপক […]
27th Foundation Day of Sankardev Shishu Vidya Niketan observed in Biswanath
The 27th foundation day of Sankardev Shishu-Vidya Niketan, Biswanath Chariali, a Vidya Bharati affiliated and Shishu Shiksha Samiti Assam’s leading educational institution, was held on Thursday. Santosh Barman, vice-president and founding secretary of the Niketan Management Committee, hoisted the foundation day flag on the occasion. This was followed by a meeting presided over by Rajat […]
শংকৰদেৱ শিশু নিকেতন, অভয়াপুৰীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
মাতৃভাষাৰ মাধ্যমত গুণগত তথা মূল্য আধাৰিত শিক্ষা প্ৰদানৰ জৰিয়তে নতুন প্ৰজন্মক সংস্কাৰিত কৰাৰ মানসেৰে ১৯৯৭ চনতে স্থাপিত হোৱা শংকৰদেৱ শিশু নিকেতন, অভয়াপুৰীয়ে নিজৰ গৌৰৱোজ্জ্বল পঁছিশটা বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছে। এই উপলক্ষে এলানি কাৰ্যসূচীৰে এই বৰ্ষটো উদযাপন কৰাৰ পৰিকল্পনাৰে যোৱা ইংৰাজী ২৮ জানুৱাৰী ২০২১ তাৰিখে নিকেতনে ৰূপালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰে। পুৱাৰ ভাগত অভয়াপুৰী […]
শংকৰদেৱ শিশু নিকেতন বৰপেটাত ৰাষ্ট্ৰীয় মানৱ সৰবৰাহ সজাগতা দিৱস পালন
উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ বেচৰকাৰী সংস্থা এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত বৰপেটা চহৰৰ মাজমজিয়াত অৱস্থিত শংকৰদেৱ শিশু নিকেতনত ৰাষ্ট্ৰীয় মানৱ সৰবৰাহ সজাগতা দিৱস পালন কৰা হয়। এছিয়ানৰ সম্পাদক দিপাংকৰ দাসে আঁত ধৰা সজাগতা সভাত সভাপতিত্ব কৰে শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য্য জ্যোতিপ্ৰসাদ পূজাৰীয়ে। এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা সভাখনিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় এছিয়ান […]