मातृभाषा माध्यम के विद्यालयों ने पुनः लहराया परचम विद्या भारती से सम्बद्ध शिशु शिक्षा समिति असम द्वारा संचालित शंकरदेव शिशु निकेतनों के छात्रों से असम हाईस्कूल परीक्षा के परिणामों में उत्कृष्ठ प्रदर्शन करते हुए प्रावीण्य सूची में स्थान प्राप्त किया है। शंकरदेव शिशु निकेतन ठेकियाजुली के छात्र हृदम ठाकुरिया ने राज्य में प्रथम स्थान प्राप्त […]
Tag: শংকৰদেৱ শিশু নিকেতন
शिशु शिक्षा समिति असम की साधारण सभा सम्पन्न
विद्या भारती से सम्बद्ध शिशु शिक्षा समिति असम की वार्षिक साधारण सभा शंकरदेव विद्या निकेतन विष्णुपथ, गुवाहाटी में संपन्न हुई। साधारण सभा में मुख्य अतिथि नेहू के कुलपति डॉ. प्रभा शंकर शुक्ल उपस्थित रहे। सभा के प्रथम सत्र में विद्या भारती के अखिल भारतीय मंत्री ब्रह्माजी राव, शिशु शिक्षा समिति असम प्रान्त मंत्री कुलेंद्र कुमार […]
নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ উদ্বোধন
শংকৰদেৱ শিশু নিকেতন গণকপুখুৰীৰ চৰকাৰৰ অনুদানেৰে নিৰ্মিত ভৱনটি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই শুভ উদ্বোধন কৰে। নিকেতনখনৰ জৰিয়তে গণকপুখুৰী অঞ্চলত শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰত আত্মনিয়োগ কৰি থকা প্ৰধান আচাৰ্য সমন্বিত অন্যান্য আচাৰ্য-আচাৰ্যা সকলৰ শলাগ লয়। বিধায়ক শ্ৰী শইকীয়া নিকেতনখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰো বুজ লয় আৰু নিকেতনৰ চৌহদত খেলাৰ সুবিধাৰ্থে মাটি পেলোৱাকে আদি […]
বকো সংকুলৰ অন্তৰ্গত ১৪ খন নিকেতনৰ প্ৰধান আচাৰ্য আৰু বিষয় প্ৰমুখ সকলৰ বৈঠক
প্ৰান্তীয় নিৰীক্ষক দেৱদাস সিংহই নতুন শিক্ষা নীতিৰ ওপৰত মাৰ্গ দৰ্শন কৰায়৷শিশু বাটিকাৰ মাৰ্গ দৰ্শন কৰাই প্ৰান্তীয় শিশু বাটিকা সংযোজিকা বৰ্ণালী দেৱীয়ে।সংকুলৰ বিভিন্ন দিশৰ আলোচনা কৰে গুৱাহাটী বিভাগৰ নিৰীক্ষক আশুতোষ বৰ্মনে। শাৰীৰিকৰ যোজনাৰ বিষয়ে প্ৰান্তীয় ঘোষ আৰু শাৰীৰিক প্ৰমুখ দীপেন ৰাভাই।গুৱাহাটী বিভাগৰ শাৰীৰিক প্ৰমুখ তনুজা কলিতায়ো উপস্থিত থাকে।
শংকৰদেৱ শিশু নিকেতন বৰগাংৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
২০০১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে বৰগাং অঞ্চলত স্থাপিত হোৱা শংকৰদেৱ শিশু নিকেতনৰ আজি ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয়। এই অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰতিষ্ঠাপক সভাপতি হিচাপে বৰ্তমানৰ কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই কাৰ্যনিৰ্বাহ কৰাৰ লগতে সম্পাদকৰ আসন অলংকৃত কৰিছিল বৰগাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মধুসূদন উপাধ্যায়ে। এই দিৱসটিত উপস্থিত থাকে প্ৰতিষ্ঠাপক […]
শংকৰদেৱ শিশু নিকেতন, অভয়াপুৰীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
মাতৃভাষাৰ মাধ্যমত গুণগত তথা মূল্য আধাৰিত শিক্ষা প্ৰদানৰ জৰিয়তে নতুন প্ৰজন্মক সংস্কাৰিত কৰাৰ মানসেৰে ১৯৯৭ চনতে স্থাপিত হোৱা শংকৰদেৱ শিশু নিকেতন, অভয়াপুৰীয়ে নিজৰ গৌৰৱোজ্জ্বল পঁছিশটা বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছে। এই উপলক্ষে এলানি কাৰ্যসূচীৰে এই বৰ্ষটো উদযাপন কৰাৰ পৰিকল্পনাৰে যোৱা ইংৰাজী ২৮ জানুৱাৰী ২০২১ তাৰিখে নিকেতনে ৰূপালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰে। পুৱাৰ ভাগত অভয়াপুৰী […]
শংকৰদেৱ শিশু নিকেতন বৰপেটাত ৰাষ্ট্ৰীয় মানৱ সৰবৰাহ সজাগতা দিৱস পালন
উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ বেচৰকাৰী সংস্থা এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত বৰপেটা চহৰৰ মাজমজিয়াত অৱস্থিত শংকৰদেৱ শিশু নিকেতনত ৰাষ্ট্ৰীয় মানৱ সৰবৰাহ সজাগতা দিৱস পালন কৰা হয়। এছিয়ানৰ সম্পাদক দিপাংকৰ দাসে আঁত ধৰা সজাগতা সভাত সভাপতিত্ব কৰে শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য্য জ্যোতিপ্ৰসাদ পূজাৰীয়ে। এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা সভাখনিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় এছিয়ান […]