গুৱাহাটী: ৫ ফেব্ৰুৱাৰী ২০২১ : শুক্ৰবাৰে গুৱাহাটীৰ অম্বিকাগিৰী নগৰ স্থিত শংকৰদেৱ শিশু কুঞ্জত শিশু বাটিকাৰ উত্তৰ অসম প্ৰান্তৰ এখনি টোলী বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰান্তৰ আঠোটা বিভাগৰ বিভাগ প্ৰমুখসকলৰ লগতে নাগালেণ্ডৰ পৰা দুগৰাকী উপস্থিত থাকে। এক মাংগলিক পৰিবেশত আৰম্ভ হোৱা বৈঠকত বন্তি প্ৰজ্বলন কৰে বিদ্যা ভাৰতী পূবোৰ্ত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ব্ৰহ্মাজী ৰাৱে৷ বৈঠকখনিৰ আঁত ধৰি […]