শিশু শিক্ষা সমিতি অসমৰ বাৰ্ষিক সভা নলবাৰীত আয়োজন
বিদ্যা ভাৰতীৰ সৈতে সম্পৃক্ত শিশু শিক্ষা সমিতি, অসমৰ বাৰ্ষিক সভাখন ৰবিবাৰ, ১৫ জুন, ২০২৫ তাৰিখে শংকৰদেৱ শিশু নিকেতন আৰু দেবেন্দ্ৰ-চন্দ্ৰপ্ৰভা বিদ্যা নিকেতন, নলবাৰী অডিট’ৰিয়ামত আয়োজন কৰা হয়। মাতৃভাষাত শিক্ষা প্ৰদান…