বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহে ১৯৭৯ চনৰে পৰা অসমত মাতৃভাষাৰ মাধ্যমেৰে গুণগত শিক্ষা প্ৰদান কৰাৰ জৰিয়তে অসমৰ জনমানসত এক বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে। সমিতিৰ অন্তৰ্গত বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাসমূহ আৰু কাৰ্বি পাহাৰৰ জিলাসমূহত মুঠ ৫৫৬ খন বিদ্যালয়ত ডেৰ লক্ষাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আহিছে। পৰিৱৰ্তিত […]