Assamese News Paper North Assam

শংকৰদেৱ শিশু নিকেতন, তেলগৰমৰ প্ৰতিষ্ঠা দিৱস উদযাপন

গোলাঘাট জিলাৰ উল্লেখযোগ্য অসমীয়া মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান তেলগৰমস্থিত শংকৰদেৱ শিশু নিকেতনৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস যোৱা ১৫ মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষ্যজীত শইকীয়াই পুৱা অনুষ্ঠানৰ পতাকা উত্তোলন কৰে। স্মৃতি তৰ্পন কৰে নিকেতনৰ প্ৰধান আচাৰ্যা ৰূমামণি শইকীয়াই। স্থানীয় বিশিষ্ট শিক্ষাবিদ , ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক তিতাৰাম দাসে প্ৰাচীৰ পত্ৰিকা […]