Assamese News Paper North Assam

सुसंस्कार, सुशिक्षा, सुनागरिक बनाने में विद्या भारती के विद्यालयों की महत्वपूर्ण भूमिका – शिक्षा मंत्री श्री हिमंत विश्वशर्मा

শিশু শিক্ষা সমিতি, অসমৰ উদ্যোগত গুৱাহাটীৰ চন্দ্ৰপুৰ হাজোবড়ীত থকা বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৩ বছৰৰ পৰা ৬ বছৰৰ অনুৰ্ধৰ শিশুসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে বিদ্যা ভাৰতীয়ে প্ৰৱৰ্তন কৰা শিশু বাটিকা পাঠ্যক্ৰমৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছিল। পুৱা […]

English News Paper Manipur

Interaction programme on National Education Policy

Vidya Bharati Shiksha Vikash Samiti, Manipur yesterday organised “One day interaction programme National Education Policy”. The interaction programme held at Manipur International University, was attended by Education Minister, Dr Th Radheshyam; Dr Harikumar Pallathadka, Chancellor Manipur International University, Imphal; Y Khogen Singh, president of Shiksha Vikash Samiti, Manipur as presidium members, said a statement of […]