Assamese News Paper Social Media

বিজ্ঞানে কি কয় ?

আজি নিশা ৯ বজাত ৯ মিনিটৰ বাবে চাকি-বন্তি, টৰ্ছ লাইট, ম’মবাতি বা ম’বাইলৰ ফ্লাছ লাইট জ্বলালে কি হ’ব ?
গুৱাহাটী বিশ্ব বি বিদ্যালয়ৰ ব্যৱহাৰিক বিজ্ঞানৰ( পদাৰ্থ বিজ্ঞান ) মূৰবী অধ্যাপক ঈশাংকুৰ শইকীয়াই কি কয় শুনকচোন….

পদাৰ্থবিজ্ঞানৰ কোৱান্টাম মেকানিস্ক আৰু যোগ-বশিষ্ঠৰ ষষ্ঠ অধ্যায়ত পোৱা সামূহিক জাগৃতি (#collective consciousness) ৰ জৰিয়তে আমি ৫ শতাংশ লোকেও যদি ৯ মিনিটৰ বাবে ধ্যান-সদৃশ স্থিতিত থাকিব পাৰোঁহঁক, বাকী ৯৫% লোকৰ বাবেও মাংগলিক হ’ব… প্ৰতিজন ব্যক্তিৰ Brain Waves একেসময়তে একে তৰঙ্গত যেতিয়া ত্বৰান্বিত হ’ব, তেতিয়াই #Resonance হোৱাৰ সম্ভাৱনীয়তা প্ৰবল হ’ব… প্ৰতিজনৰে দেহত #ACE2 receptor সংখ্যা বৃদ্ধি পাব আৰু মান উন্নীত হ’ব, যিয়ে ক’ৰ’ণা সদৃশ বীজাণুৰ সন্মুখীন হ’বলৈ ব্যক্তিজনক শক্তি দিব।

#DefeatCOVID-19

Source : Mukuteshwar Goswami