কোৰোণাৰ আতংক : ২৯ মাৰ্চলৈ বন্ধ থাকিব অসমৰ সকলো শংকৰদেৱ শিশু–বিদ্যা নিকেতন সমগ্ৰ বিশ্বজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰা কোৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে সাৱধানতা অৱলম্বনৰ উদ্দেশ্যে শংকৰদেৱ শিশু/বিদ্যা নিকেতনসমূহ ১৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈকে বন্ধ ঘোষণা কৰিছে। আনহাতে, একে কাৰণতে বিশ্বনাথ চাৰিআলিস্থিত শংকৰদেৱ শিশু/বিদ্যা নিকেতনত ১৮ৰ পৰা ২২ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া ৩২সংখ্যক পণ্ডিত ৰজনীকান্ত দেৱশৰ্মা সোঁৱৰণী […]