২০০১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে বৰগাং অঞ্চলত স্থাপিত হোৱা শংকৰদেৱ শিশু নিকেতনৰ আজি ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয়। এই অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰতিষ্ঠাপক সভাপতি হিচাপে বৰ্তমানৰ কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই কাৰ্যনিৰ্বাহ কৰাৰ লগতে সম্পাদকৰ আসন অলংকৃত কৰিছিল বৰগাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মধুসূদন উপাধ্যায়ে। এই দিৱসটিত উপস্থিত থাকে প্ৰতিষ্ঠাপক […]