ক্লিৰদাপ শংকৰদেৱ শিশু-বিদ্যা নিকেতন, ডিফুৰ আচাৰ্যা মনি বৰঠাকুৰে অসম চৰকাৰৰ তৰফৰ পৰা ‘অসম ভাষা গৌৰৱ আঁচনি’ৰ অধীনত ‘জীৱন আৰু সমাজৰ অন্য পাঠ’ আৰু ‘অনুভৱৰ স্বৰলিপি’ নামৰ গ্ৰন্থ দুখনৰ বাবে সম্বৰ্ধনা লাভ কৰে।
Related Articles
অতীতৰ অনুভৱ, বৰ্তমানৰ প্ৰত্যাহ্বান আৰু ভৱিষ্যতৰ আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি
শ্ৰী ডি. ৰামকৃষ্ণ ৰাও অখিল ভাৰতীয় অধ্যক্ষ, বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান যোৱা ছয় বছৰ ধৰি বিভিন্ন শিক্ষাবিদ, বুদ্ধিজীৱী, আলোচক, শৈক্ষিক নেতৃত্ব, প্ৰশাসক তথা শৈক্ষিক জগতৰ অন্যান্য শুভ চিন্তকৰ পৰামৰ্শ, ভৌগোলিক দৃষ্টিৰে প্ৰায় এক লাখ গাঁৱৰ সৈতে কৰা যোগাযোগ, অসংখ্য কৰ্মশালাৰ আয়োজন আৰু আলোচনা-বিলোচনাৰ পাছত বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ভাৰত চৰকাৰৰ অনুমোদনৰ […]
শংকৰদেৱ শিশু নিকেতন বৰগাংৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
২০০১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে বৰগাং অঞ্চলত স্থাপিত হোৱা শংকৰদেৱ শিশু নিকেতনৰ আজি ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয়। এই অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰতিষ্ঠাপক সভাপতি হিচাপে বৰ্তমানৰ কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই কাৰ্যনিৰ্বাহ কৰাৰ লগতে সম্পাদকৰ আসন অলংকৃত কৰিছিল বৰগাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মধুসূদন উপাধ্যায়ে। এই দিৱসটিত উপস্থিত থাকে প্ৰতিষ্ঠাপক […]