প্ৰান্তীয় নিৰীক্ষক দেৱদাস সিংহই নতুন শিক্ষা নীতিৰ ওপৰত মাৰ্গ দৰ্শন কৰায়৷শিশু বাটিকাৰ মাৰ্গ দৰ্শন কৰাই প্ৰান্তীয় শিশু বাটিকা সংযোজিকা বৰ্ণালী দেৱীয়ে।সংকুলৰ বিভিন্ন দিশৰ আলোচনা কৰে গুৱাহাটী বিভাগৰ নিৰীক্ষক আশুতোষ বৰ্মনে। শাৰীৰিকৰ যোজনাৰ বিষয়ে প্ৰান্তীয় ঘোষ আৰু শাৰীৰিক প্ৰমুখ দীপেন ৰাভাই।গুৱাহাটী বিভাগৰ শাৰীৰিক প্ৰমুখ তনুজা কলিতায়ো উপস্থিত থাকে।
