Assamese News Paper North Assam

सुसंस्कार, सुशिक्षा, सुनागरिक बनाने में विद्या भारती के विद्यालयों की महत्वपूर्ण भूमिका – शिक्षा मंत्री श्री हिमंत विश्वशर्मा

শিশু শিক্ষা সমিতি, অসমৰ উদ্যোগত গুৱাহাটীৰ চন্দ্ৰপুৰ হাজোবড়ীত থকা বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৩ বছৰৰ পৰা ৬ বছৰৰ অনুৰ্ধৰ শিশুসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে বিদ্যা ভাৰতীয়ে প্ৰৱৰ্তন কৰা শিশু বাটিকা পাঠ্যক্ৰমৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছিল। পুৱা […]

D. Ramakrishna Rao
Article Assamese News Paper National Trending

অতীতৰ অনুভৱ, বৰ্তমানৰ প্ৰত্যাহ্বান আৰু ভৱিষ্যতৰ আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি

শ্ৰী ডি. ৰামকৃষ্ণ ৰাও অখিল ভাৰতীয় অধ্যক্ষ, বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান যোৱা ছয় বছৰ ধৰি বিভিন্ন শিক্ষাবিদ, বুদ্ধিজীৱী, আলোচক, শৈক্ষিক নেতৃত্ব, প্ৰশাসক তথা শৈক্ষিক জগতৰ অন্যান্য শুভ চিন্তকৰ পৰামৰ্শ, ভৌগোলিক দৃষ্টিৰে প্ৰায় এক লাখ গাঁৱৰ সৈতে কৰা যোগাযোগ, অসংখ্য কৰ্মশালাৰ আয়োজন আৰু আলোচনা-বিলোচনাৰ পাছত বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ভাৰত চৰকাৰৰ অনুমোদনৰ […]

Assamese News Paper North Assam

শিশু শিক্ষা সমিতি, অসমত সংযোজিত হ’ল E-Learning ব্যৱস্থা

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহে ১৯৭৯ চনৰে পৰা অসমত মাতৃভাষাৰ মাধ্যমেৰে গুণগত শিক্ষা প্ৰদান কৰাৰ জৰিয়তে অসমৰ জনমানসত এক বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে। সমিতিৰ অন্তৰ্গত বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাসমূহ আৰু কাৰ্বি পাহাৰৰ জিলাসমূহত মুঠ ৫৫৬ খন বিদ্যালয়ত ডেৰ লক্ষাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আহিছে। পৰিৱৰ্তিত […]

Assamese News Paper Social Media

বিজ্ঞানে কি কয় ?

আজি নিশা ৯ বজাত ৯ মিনিটৰ বাবে চাকি-বন্তি, টৰ্ছ লাইট, ম’মবাতি বা ম’বাইলৰ ফ্লাছ লাইট জ্বলালে কি হ’ব ?গুৱাহাটী বিশ্ব বি বিদ্যালয়ৰ ব্যৱহাৰিক বিজ্ঞানৰ( পদাৰ্থ বিজ্ঞান ) মূৰবী অধ্যাপক ঈশাংকুৰ শইকীয়াই কি কয় শুনকচোন…. পদাৰ্থবিজ্ঞানৰ কোৱান্টাম মেকানিস্ক আৰু যোগ-বশিষ্ঠৰ ষষ্ঠ অধ্যায়ত পোৱা সামূহিক জাগৃতি (#collective consciousness) ৰ জৰিয়তে আমি ৫ শতাংশ লোকেও যদি ৯ মিনিটৰ বাবে […]

Assamese News Paper Health North Assam

কোৰোণাৰ আতংক : ২৯ মাৰ্চলৈ বন্ধ থাকিব অসমৰ সকলো শংকৰদেৱ শিশু–বিদ্যা নিকেতন

কোৰোণাৰ আতংক : ২৯ মাৰ্চলৈ বন্ধ থাকিব অসমৰ সকলো শংকৰদেৱ শিশু–বিদ্যা নিকেতন সমগ্ৰ বিশ্বজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰা কোৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে সাৱধানতা অৱলম্বনৰ উদ্দেশ্যে শংকৰদেৱ শিশু/বিদ্যা নিকেতনসমূহ ১৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈকে বন্ধ ঘোষণা কৰিছে। আনহাতে, একে কাৰণতে বিশ্বনাথ চাৰিআলিস্থিত শংকৰদেৱ শিশু/বিদ্যা নিকেতনত ১৮ৰ পৰা ২২ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া ৩২সংখ্যক পণ্ডিত ৰজনীকান্ত দেৱশৰ্মা সোঁৱৰণী […]

Assamese News Paper North Assam

শংকৰদেৱ শিশু নিকেতন, তেলগৰমৰ প্ৰতিষ্ঠা দিৱস উদযাপন

গোলাঘাট জিলাৰ উল্লেখযোগ্য অসমীয়া মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান তেলগৰমস্থিত শংকৰদেৱ শিশু নিকেতনৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস যোৱা ১৫ মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষ্যজীত শইকীয়াই পুৱা অনুষ্ঠানৰ পতাকা উত্তোলন কৰে। স্মৃতি তৰ্পন কৰে নিকেতনৰ প্ৰধান আচাৰ্যা ৰূমামণি শইকীয়াই। স্থানীয় বিশিষ্ট শিক্ষাবিদ , ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক তিতাৰাম দাসে প্ৰাচীৰ পত্ৰিকা […]