भारतीय संस्कृति, धर्म एवं जीवनादर्शों के अनुरूप बच्चों के चरित्र का निर्माण करना विद्या भारती द्वारा संचालित शंकरदेव शिशु विद्या निकेतनों की शिक्षा प्रणाली का मुख्य लक्ष्य है। राष्ट्रीय एकात्मता एवं बालक के सर्वांगीण विकास की दृष्टि से पांच विषयों शारीरिक, योग, संगीत, संस्कृत, नैतिक एवं आध्यात्मिक शिक्षा के केन्द्रीय पाठ्यक्रम है। राष्ट्रीय शिक्षा नीति […]
North Assam
विद्या भारती के पूर्व छात्रों ने “प्लास्टिक मुक्त असम” का संकल्प लिया।
विद्या भारती के पूर्व छात्रों ने पर्यावरण संरक्षण संकल्प के साथ 2300 पौधे वितरित किए। विद्या भारती पूर्व छात्र परिषद असम द्वारा 2 अक्टूबर को असम के विभिन्न जिलों में पूर्व छात्र दिवस मनाया गया। इस अवसर पर गुवाहाटी के शंकरदेव विद्या निकेतन विष्णुपथ में पूर्व छात्र सम्मेलन का आयोजन किया गया। पूर्व छात्र सम्मेलन […]
नगांव में कक्षा दशवीं में अध्ययनरत छात्रों का सम्मेलन आयोजित किया गया।
20 मार्च को नगांव में जिले के कक्षा दशवीं में अध्ययनरत छात्रों का सम्मेलन आनंदराम ढेकियाल फुकन कॉलेज सभागार में आयोजित किया गया। सम्मेलन में कुल 510 छात्र उपस्थित थे। गुवाहाटी विश्वविद्यालय के प्रोफेसर इशंकुर सइकिया और आनंदराम ढेकियाल फुकन महाविद्यालय के अध्यक्ष डॉ. सुरजीत कुमार भगवती ने मुख्य वक्ता के रूप में उद्बोधन प्रदान […]
প্ৰান্তীয় শিশু বাটিকা প্ৰান্তীয় টোলীৰ বৈঠক অনুষ্ঠিত
গুৱাহাটী: ৫ ফেব্ৰুৱাৰী ২০২১ : শুক্ৰবাৰে গুৱাহাটীৰ অম্বিকাগিৰী নগৰ স্থিত শংকৰদেৱ শিশু কুঞ্জত শিশু বাটিকাৰ উত্তৰ অসম প্ৰান্তৰ এখনি টোলী বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰান্তৰ আঠোটা বিভাগৰ বিভাগ প্ৰমুখসকলৰ লগতে নাগালেণ্ডৰ পৰা দুগৰাকী উপস্থিত থাকে। এক মাংগলিক পৰিবেশত আৰম্ভ হোৱা বৈঠকত বন্তি প্ৰজ্বলন কৰে বিদ্যা ভাৰতী পূবোৰ্ত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ব্ৰহ্মাজী ৰাৱে৷ বৈঠকখনিৰ আঁত ধৰি […]
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সম্পৰ্কে আলোচনাচক্ৰ অনুষ্ঠিত
ভাৰতৰ শিক্ষা ব্যৱস্থাত সুদীৰ্ঘ ৩৬ বছৰৰ পাছত কেন্দ্ৰীয় চৰকাৰে পৰিৱৰ্তন আৰু সংস্কাৰ সাধন কৰাৰ উদ্দেশ্যে পৰামৰ্শ স্বৰূপে যি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ গৃহীত কৰিছে, তাক লৈ সমগ্ৰ দেশতে উৎকণ্ঠাই বিৰাজ কৰিছে। বিদ্যা ভাৰতী এই নতুন নীতিক লৈ যথেষ্ট আশাবাদী। কাৰণ এই নীতি হৈছে ভাৰতকেন্দ্ৰিক শিক্ষাৰ আধাৰ স্বৰূপ, বৃত্তিমূখী শিক্ষাৰ বাটকটীয়া আৰু সময়সাপেক্ষ কেতবোৰ যুগান্তকাৰী […]
নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ উদ্বোধন
শংকৰদেৱ শিশু নিকেতন গণকপুখুৰীৰ চৰকাৰৰ অনুদানেৰে নিৰ্মিত ভৱনটি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই শুভ উদ্বোধন কৰে। নিকেতনখনৰ জৰিয়তে গণকপুখুৰী অঞ্চলত শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰত আত্মনিয়োগ কৰি থকা প্ৰধান আচাৰ্য সমন্বিত অন্যান্য আচাৰ্য-আচাৰ্যা সকলৰ শলাগ লয়। বিধায়ক শ্ৰী শইকীয়া নিকেতনখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰো বুজ লয় আৰু নিকেতনৰ চৌহদত খেলাৰ সুবিধাৰ্থে মাটি পেলোৱাকে আদি […]
বকো সংকুলৰ অন্তৰ্গত ১৪ খন নিকেতনৰ প্ৰধান আচাৰ্য আৰু বিষয় প্ৰমুখ সকলৰ বৈঠক
প্ৰান্তীয় নিৰীক্ষক দেৱদাস সিংহই নতুন শিক্ষা নীতিৰ ওপৰত মাৰ্গ দৰ্শন কৰায়৷শিশু বাটিকাৰ মাৰ্গ দৰ্শন কৰাই প্ৰান্তীয় শিশু বাটিকা সংযোজিকা বৰ্ণালী দেৱীয়ে।সংকুলৰ বিভিন্ন দিশৰ আলোচনা কৰে গুৱাহাটী বিভাগৰ নিৰীক্ষক আশুতোষ বৰ্মনে। শাৰীৰিকৰ যোজনাৰ বিষয়ে প্ৰান্তীয় ঘোষ আৰু শাৰীৰিক প্ৰমুখ দীপেন ৰাভাই।গুৱাহাটী বিভাগৰ শাৰীৰিক প্ৰমুখ তনুজা কলিতায়ো উপস্থিত থাকে।
শংকৰদেৱ শিশু নিকেতন বৰগাংৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
২০০১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে বৰগাং অঞ্চলত স্থাপিত হোৱা শংকৰদেৱ শিশু নিকেতনৰ আজি ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয়। এই অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰতিষ্ঠাপক সভাপতি হিচাপে বৰ্তমানৰ কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই কাৰ্যনিৰ্বাহ কৰাৰ লগতে সম্পাদকৰ আসন অলংকৃত কৰিছিল বৰগাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মধুসূদন উপাধ্যায়ে। এই দিৱসটিত উপস্থিত থাকে প্ৰতিষ্ঠাপক […]