Assamese News Paper আচাৰ্যা মনি বৰঠাকুৰে অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা লাভ কৰে। Posted on February 3, 2021February 4, 2021 Author PurvottarSamwad Comment(0) ক্লিৰদাপ শংকৰদেৱ শিশু-বিদ্যা নিকেতন, ডিফুৰ আচাৰ্যা মনি বৰঠাকুৰে অসম চৰকাৰৰ তৰফৰ পৰা ‘অসম ভাষা গৌৰৱ আঁচনি’ৰ অধীনত ‘জীৱন আৰু সমাজৰ অন্য পাঠ’ আৰু ‘অনুভৱৰ স্বৰলিপি’ নামৰ গ্ৰন্থ দুখনৰ বাবে সম্বৰ্ধনা লাভ কৰে।